| ||
Script: যেতিয়া তেজৰ প্রথম কণিকাবোৰ কুহুম মোনাত দেখা দিয়ে, সম্পূর্ণ ভ্রূণত তেজৰ নলাবোৰ গঠন হয়, আৰু নলাকৃতিৰ হৃদয়খন প্রকাশ পায়। প্রায় লগেলগে, দ্রুতভাবে বৃদ্ধি পোৱাহৃদয়খন নিজৰ ওপৰতে বেলেগ বেলেগ কোঠালীত ভাঁজ খাই বিকাশ হবলৈ ধৰে। গর্ভসঞ্চাৰৰ ৩ সপ্তাহ আৰু এদিনৰ পাচত হৃদয়খন ধপধপাবলৈ আৰম্ভ কৰে। ৰক্ত সঞ্চালন প্রণালীয়েই শৰীৰৰ প্রণালী বা সম্পর্কীয় অঙ্গবোৰৰ সমষ্টি যি প্রথমে কাম কৰিব পৰা স্থিতি লাভ কৰে। | ||
All ages referenced to fertilization, not last menstrual period. |