| ||
Script: গর্ভাৱস্থাৰ শেষ ৪ মাহত ভ্রুণে মাজেমাজে জিৰণিৰ সৈতে সমন্বয়যুক্ত কার্যকলাপৰ সময় প্রদর্শন কৰে৷ এই আচৰণ সম্বন্ধীয় অৱস্থাই কেন্দ্রীয় স্নায়ু প্রণালী সম্বন্ধীয় পদ্ধতিৰ জটিলতা সদায় বৃদ্ধি কৰে৷ | ||
All ages referenced to fertilization, not last menstrual period. One month = 4 weeks. |