| ||
Script: জাইগোটৰ ৪৬ টা ক্রোমোজমে এক সম্পূর্ণ জেনেটিক চানেকিৰে সৈতে এক নতুন ব্যক্তিত্বৰ এটি অভিনব প্রথম সংস্কৰণ ৰূপে অঙ্কিতকৰে। এই মুখ্য আচনিখন ডি এন এ নামৰ কুণ্ডলী বান্ধি থকা অণুৰ মাজত থাকে। ইয়াত সম্পূর্ণ শৰীৰৰ বিকাশৰ বাবে আবশ্যক আদেশবোৰ অন্তর্ভুক্তথাকে। ডি এন এ অণুবোৰ দেখিবলৈ এখন পাঁকখোৱা জখলাৰ দৰে যাক ডাবল হেলিক্স নামেৰে জনা যায়। জখলাৰ ধাপবোৰ গোৱানিন, চাইটোচিন এডেনিন আৰু থাইমিন নামৰ একোযোৰ যুৰীয়া অণু বা আধাৰৰ দ্বাৰা গঠিত। গোৱানিন কেবল চাইটোচিনৰ লগতহে যোৰ খায়, আৰু এডেনিনৰ লগত থাইমিনৰ। | ||
All ages referenced to fertilization, not last menstrual period. |