Script: গর্ভসঞ্চাৰ আৰম্ভ হোৱাৰ ২৪-ৰ পৰা ৪৮ ঘণ্টা নৌহওতেই, মাতৃৰ তেজত "আগতীয়া গর্ভাৱস্থা গূণক" নামৰ হৰমোন বিচাৰি উলিয়াই গর্ভাৱস্থা নিশ্চিত কৰিব পাৰি।