Script: ৩ সপ্তাহ হওতে মস্তিষ্ক ৩টা প্রাথমিক ভাগত বিভক্ত হয় যিবোৰৰ নাম পূর্বমস্তিষ্ক, মধ্যমস্তিষ্ক, আৰু পশ্চাদ্স্তিষ্ক।
শ্বাস-নিশ্বাস প্রণালী আৰু পাচনতন্ত্রৰ বিকাশো লগতে চলি থাকে।