| ||
Script: আঁঠ সপ্তাহত ভ্রুণ সম্বন্ধীয় কাল সমাপ্ত হয়৷ এই সময়ত মানুহৰ ভ্রুণ এটা একক জীৱকোষ প্রায় ১ কোটি জীৱকোষলৈ বৃদ্ধি হয় যি ৪,০০০ দেহতাত্ত্বিক আকাৰ গঠন কৰে৷ এতিয়া ভ্রুণটোৱে প্রাপ্ত বয়স্কমানুহৰ গাত থকা আকাৰৰ ৯০% তকৈ অধিক দখল কৰে৷ | ||
All ages referenced to fertilization, not last menstrual period. |