| ||
Script: অনেক গৱেষকে ডাঙৰ শব্দৰ প্রতি উন্মোচনে ভ্রুণৰ স্বাস্থ্যৰ ওপৰত বিৰুপ প্রভাৱ বিস্তাৰ কৰিব পাৰে বুলি কয়৷ তত্ক্ষনাত পৰিণাম হল সুদীর্ঘ বর্দ্ধিত হৃদপিন্ড স্পন্দন হাৰ, অত্যন্ত ভ্রুণ সম্বন্ধীয় গলাধঃ কৰণ আৰু আকস্মিক আচৰণ সম্বন্ধীয় পৰিবর্ত্তন৷ দীর্ঘকাল পৰিণাম সম্ভবনীয় শ্রবণ শক্তি হানি৷ | ||
All ages referenced to fertilization, not last menstrual period. One month = 4 weeks. |