| ||
Script: জন্মৰ পিচত বিভিন্ন বস্তুৰ প্রতি ভ্রুন সম্বন্ধীয় উন্মোচনে সুগন্ধ অগ্রাধিকাৰক প্রভাৱিত কৰে৷ উদাহৰণ স্বৰুপে, যিবোৰ ভ্রুণৰ মাক বিলাকে চফ খায় জন্মৰ পিচত কেচুৱাইও চফ খাবলৈ ভাল পায়৷ নৱজাত কেচুৱাই বিনা ভ্রুণসম্বন্ধীয় উন্মোচনত চফ খাবলৈ ভাল নাপায়৷ | ||
All ages referenced to fertilization, not last menstrual period. One month = 4 weeks. |