| ||
Script: প্রায় ২ ১/২ সপ্তাহমানৰ পাচত এপিব্লাস্টে ৩টা বিশেষ ধৰণৰ পাতল কোষ-ছাল বা এক্টোডার্ম, এন্ডোডার্ম আৰু মেচোডার্ম নামৰ পাতল কোষ-ছাল গঠন কৰে। এক্টোডার্মে অসংখ্য অঙ্গ-প্রত্যঙ্গ যেনেদৰে মস্তিষ্ক মেৰুদণ্ড স্নায়ু ছাল নখ আৰু চুলি ইত্যাদি সৃষ্টি কৰে। এক্টোডার্মে শ্বাস-নিশ্বাস প্রণালী আৰু হজমী নলীৰ বাহিৰৰ আবৰণ গঠণ কৰে আৰু প্রধান অঙ্গবোৰ যেনেদৰে কলিজা আৰু গঠন কৰে। মেচোডার্মে হৃদয়, মূত্রাশয়, হাড়, কোমলাস্থি, মাংসপেশী, তেজৰ কণিকা, আৰু অন্য গাঁথনিবোৰ গঠন কৰে। | ||
All ages referenced to fertilization, not last menstrual period. |