| ||
Script: ৬ সপ্তাহ ৬ সপ্তাহৰ ভিতৰত গুৰুমস্তিষ্কৰ গোলার্ধ মস্তিষ্কৰ আন অঙ্গৰ তুলনাত অসমানুপাতিক ভাবে বৃদ্ধি হবলৈ ধৰে। ভ্রূণে স্বত:ফূর্ত আৰু অনৈচ্ছিক ভাবে চলাচল কৰিবলৈ আৰম্ভ কৰে। এনে ধৰণৰ চলাচল স্নায়ু-পেশীৰ স্বাভাবিক বিকাশৰ বাবে আবশ্যক। | ||
All ages referenced to fertilization, not last menstrual period. |