| ||
Script: ৪-কোঠালিৰ হৃদয়খন প্রায় সম্পূর্ণকৈ গঠন হৈছে। এতিয়া হৃদয়ে প্রতি মিনিটত গড়ে ১৬৭ বাৰ স্পন্দন কৰে। ৭ ১/২ সপ্তাহত ৰেকর্ড হোৱা হৃদয়ৰ বৈদ্যুতিক কার্য্যকলাপে প্রাপ্তবয়স্কৰ দৰে তৰঙ্গৰ আর্হি দেখুৱায়। | ||
All ages referenced to fertilization, not last menstrual period. |