| ||
Script: ৮ সপ্তাহত ভ্রূণৰ ৭৫% অংশই সোঁ-হাতৰ প্রাধান্য প্রদর্শন কৰে। বাকী অংশ সমান ভাবে বাও-হাতৰ প্রাধান্য আৰু কোনো অগ্রাধিকাৰ নথকাৰ মাজত বিভক্ত হয়। এয়ে হৈছে সোঁ হাত আৰু বাও হাতৰ আচৰণৰ আটাইতকৈ আগতীয়াকৈ পোৱা প্রমাণ। | ||
All ages referenced to fertilization, not last menstrual period. |