| ||
Script: শিশুৰোগ চিকিত্সাসংক্রান্ত পাঠ্যপুথিবোৰত জন্ম হোৱাৰ ১০-ৰ পৰা ২০ সপ্তাহৰ পাচত "বাগৰ মৰা" ক্ষমতা দেখা যায় বুলি বর্ণনা কৰা হৈছে। কিন্তু, এই আকর্ষনীয় সমন্বয় এমনিওটিক মোনাৰ তৰল পদার্থ পূর্ণ নিম্ন মাধ্যাকর্ষণ শক্তিৰ পৰিবেশত বহু আগতেই দেখা যায়। কেবল জৰায়ুৰ বাহিৰত থকা উচ্চ মাধ্যাকর্ষণ শক্তিক অতিক্রম কৰিবলৈ আৱশ্যক হোৱা শক্তি নথকা বাবেহে নবজাতকে চকাচুৱাই বাগৰ মাৰিব নোৱাৰে। | ||
All ages referenced to fertilization, not last menstrual period. |