Script: গর্ভসঞ্চাৰৰ প্রায় ২৪-ৰ পৰা ৩০ ঘণ্টাৰ পিচত, জাইগোটৰ প্রথম বিভাজন সম্পূর্ণ হয়। মাইটোচিচ(কোষ-বিভাজন) প্রক্রিয়াৰ দ্বাৰা এটা কোষ দুটাত বিভক্ত হয়, দুটা চাৰিটাত, আৰু এনেদৰে চলি থাকে।