Script: ১১ সপ্তাহ
১১ সপ্তাহমানৰ ভিতৰত নাক আৰু ওঠ সম্পূর্ণৰুপে গঠন হয়৷ শৰীৰৰ অন্যান্য অংশৰ সৈতে মানৱজীৱণ চক্রৰ প্রত্যেকটো স্তৰতে সেইবোৰৰ আকৃতিৰ পৰিবর্ত্তন হয়৷