Script: ১২ সপ্তাহমানৰ ভিতৰত, ওপৰৰ অঙ্গ প্রত্যঙ্গৰ দৈর্ঘ্যই শৰীৰ আকাৰৰ প্রায় অন্তিম অনুপাতৰ ওচৰ পায়৷ তলৰ অঙ্গ প্রত্যঙ্গই শেষ অনুপাত পাবলৈ বেচি সময় লয়৷