| ||
Script: আগতে দেখা অপসৰন সহাঁৰিৰ বিপৰীতে, এতিয়া মুখৰ ওচৰত উদ্দীপনাই উত্তেজনা আৰু মুখৰ মুকলি অংশত এটা আৱর্ত্তন সৃষ্টি কৰে৷ সেই সহাঁৰিটোক "শিপা ওলোৱা প্রতিবিম্ভ" কোৱা হয় যি জন্মৰ পিচত টিকি থাকে আৰু মাকৰ পিয়াহৰ গাখীৰ খোৱাৰ সময়ত নৱজাত শিশুটোৱে মাকৰ স্তনবৃন্তটো বিচাৰি পায়৷ | ||
All ages referenced to fertilization, not last menstrual period. One month = 4 weeks. |