Script: অধিকাংশ ভ্রুণে সোহাতৰ বুঢ়া আঙুলিটো চোহে৷
১০ সপ্তাহমানৰ ৬ দিবসত
নাড়ী সম্বন্ধীয় ৰজ্জুৰ ভিতৰত পেটৰ নাড়ীৰ খণ্ডবোৰ উদৰ সম্বন্ধীয় ৰন্ধ্রলৈ ঘুৰি আহে৷