| ||
|
Script: ৬ মাহ ২৪ সপ্তাহমানৰ ভিতৰত চকুৰ পতা খোলে আৰু ভ্রুণে এটা চকুৰ টিপ জিকাৰ প্রদর্শন কৰে৷ ডাঙৰ শব্দৰ প্রতি এই প্রতিক্রিয়াটো গতানুগতিকভাবে স্ত্রী ভ্রুণত আগতে বিকাশ ঘটে৷ | ||
| All ages referenced to fertilization, not last menstrual period. One month = 4 weeks. |