| ||
|
Script: প্রত্যেক মানৱ কোষত প্রায় ৩০০ কোটি মান আধাৰৰ এনেকুৱা যোৰা থাকে। এটা কোষৰ ডি এন এ-ত ইমানেই তথ্য অন্তর্ভুক্ত হৈ আছে যে যদি প্রত্যেক আধাৰৰ প্রথম আখৰৰে আৰম্ভ কৰি চপা কৰিবলৈ লোৱা হয় তেন্তে ১৫ লাখতকৈ বেচি পৃষ্ঠাৰ তথ্য চপা হৈ ওলাব! যদি এটা মুৰৰ লগত আনটো মুৰ লগ লগাই জোখা হয়, এটা মানব কোষৰ ডি এন এ-ৰ দৈর্ঘ্য৩ ৩/৩ ফুটৰ বা ১ মিটাৰ হয়। | ||
| All ages referenced to fertilization, not last menstrual period. |