| ||
|
Script: এই সময়চোৱাত ভ্রূণ শাৰীৰিক ভাবে আগতকৈ বেচি সক্রিয় হৈ উঠে। চলাচলবোৰ ধীৰ বা দ্রুত, এক বা বাৰংবাৰ, স্বত:স্ফূর্ত বা আত্মপ্রত্যাবর্ত্তনশীল হব পাৰে। মূৰৰ আবর্তন, ডিঙিৰ বৃদ্ধি, আৰু হাতৰ লগত মুখৰ সম্পর্ক বেচি সঘনাই হবলৈ ধৰে। | ||
| All ages referenced to fertilization, not last menstrual period. |