Script: ৩ মাহ
১১ আৰু ১২ সপ্তাহৰ মাজত, ভ্রুণৰ ওজন ৬০% বৃদ্ধি হয়৷
বাৰ সপ্তাহে গর্ভাৱস্থাৰ প্রথম তৃতীয় বা ত্রৈমাসিকৰ সমাপ্তিক চিহ্নিত কৰে৷