Script: ভার্মিক্স কাচিওচা নামৰ এটা সংৰক্ষক বস্তৱে এতিয়া গর্ভস্থ ভ্রুণক ৰক্ষা কৰে৷ ভার্মিক্সে গর্ভঝিল্লি সম্বন্ধীয় তৰল পদার্থৰ প্রদাহযুক্ত ফলৰ পৰা ছালক ৰক্ষা কৰে৷