Script: ১৯ সপ্তাহৰ পৰা উশাহ লোৱা কার্য-কলাপ আৰু হৃদয়ৰ স্পন্দন হাৰে চার্কাডিয়ান অনুক্রম নামৰ দৈনিক আবর্তন অনুসৰণ কৰিবলৈ আৰম্ভ কৰে৷