Script: ৭ আৰু ৮ সপ্তাহৰ ভিতৰত ওপৰৰ আৰু তলৰ চকুৰ পতা চকুৰ ওপৰত বিকাশ হবলৈ ধৰে আৰু আংশিক ভাবে লগ লাগি যায়।