| ||
|
Script: ভ্রুণে এটা বস্তুক খামুচি ধৰিব আৰু মূৰটো আগলৈ আৰু পিচলৈ লৰাবও পাৰে, চুয়াল খুলিব আৰু বন্ধ কৰিব, জিভাখন লৰাব, দীঘল উশাহ লব আৰু বঢ়াব পাৰে৷ মুখমণ্ডলত স্নায়ু অনুভূতিগ্রাহী ইন্দ্রিয়, হাতদুটাৰ তলুৱা আৰু ভৰিৰ তলুৱাই অলপ চুলেই গম পাব পাৰে৷ "ভৰিব তলুৱাত অলপ স্পর্শ কৰিলেই" ভ্রুণে তপিনা আৰু আঠু ঘূৰাব আৰু ভৰিৰ তলুৱা বেঁকা কৰিব পাৰে৷ | ||
| All ages referenced to fertilization, not last menstrual period. |