| ||
|
Script: বৈশিষ্ট্য অনুযায়ী হৃদয় মিনিটত ১১৩ বাৰ স্পন্দণ কৰে। লক্ষ্য কৰিবলগীয়া কথা হৈছে তেজ প্রতি কোঠালীত প্রবেশ কৰাৰ ফলত হৃদয়ৰ ৰঙ কেনেকৈ সলনি হয়। জন্মৰ আগতে হৃদয় প্রায় ৫৪০ লক্ষ্য বাৰ আৰু এক ৮০ বছৰীয়া জীবন কালত প্রায় ৩২০ কোটি বাৰ স্পন্দণ কৰে। | ||
| All ages referenced to fertilization, not last menstrual period. |