Script: ৪ সম্তাহ হওতে পৰিষ্কাৰ এম্নিঅনে তৰল পদার্থৰে পূর্ণ মোনাৰ ভিতৰত ভ্রূন আবৰি ধৰে। এই এননিওটিক ফ্লুইড নামৰ জীবাণুমুক্ত জুলীয়া পদার্থই ভ্রূণক আঘাতৰ পৰা ৰক্ষা কৰাৰ ব্যবস্থা কৰে।