| ||
|
Script: গর্ভধাৰণৰ পিচৰ প্রথম ৮ সপ্তাহত বিকশিত মানবক এক ভ্রূণ বুলি কোৱা হয়, যাৰ অর্থ "অভ্যন্তৰত বিকাশ"। এই সময়চোৱাক, যাক ভ্রূণাৱস্থা বুলি অভিহিত কৰা হয়, শৰীৰ প্রণালীৰ প্রধান অঙ্গসমুহ গঠন হোৱা অৱস্থাৰূপে বর্ণনা কৰা হয়। | ||
| All ages referenced to fertilization, not last menstrual period. |