| ||
|
Script: কেবল এক কোষপৰিমান ডাঠ হোৱাৰবাবে এই সময়ত ছালখন দেখিবলৈ স্বচ্ছ। ছালখন ডাঠ হৈ অহাৰ লগে-লগে, ইয়াৰ স্বচ্ছতা লোপ পাবলৈ ধৰে, যাৰ দ্বাৰা আমি ইয়াকে বুজিব পাৰো য়ে এতিয়াৰ পৰা আমি শৰীৰৰ ভিতৰৰ অঙ্গ-প্রত্যঙ্গৰ বিকাশ প্রায় এমাহলৈহে মাথো দেখা পাম। | ||
| All ages referenced to fertilization, not last menstrual period. |