| ||
|
Script: ৫ সপ্তাহ ৪ আৰু ৫ সপ্তাহৰ ভিতৰত, মস্তিষ্কৰ বিকাশ দ্রুত গতিৰে হৈ থাকে আৰু ৫ টা স্বতন্ত্র ভাগত বিভক্ত হয়। ভ্রণৰ প্রায় ১/৩ অংশৰ দ্বাৰা মূৰৰ গঠন হয়। ক্রমান্বয়ে গুৰুমস্তিষ্কৰ গোলার্ধ প্রকট হৈ উঠে, আৰু মস্তিষ্কৰ বৃহত্তম অঙ্গ ৰূপে পৰিগণিত হয়। অৱশেষত গুৰুমস্তিষ্কৰ দ্বাৰা নিয়ন্ত্রিত হোৱাবিভিন্ন কার্য্যবোৰ হল বিচাৰবুদ্ধি, শিক্ষা, স্মৃতি, বাকশক্তি, দৃষ্টি, শ্রবণ, স্বেচ্ছাকৃত চলন, আৰু সমস্য-সমাধান। | ||
| All ages referenced to fertilization, not last menstrual period. |