প্রায় ২ ১/২ সপ্তাহমানৰ পাচত
 এপিব্লাস্টে ৩টা বিশেষ ধৰণৰ
পাতল কোষ-ছাল বা
 এক্টোডার্ম, এন্ডোডার্ম আৰু মেচোডার্ম
 নামৰ
 পাতল কোষ-ছাল গঠন কৰে।
 
এক্টোডার্মে অসংখ্য অঙ্গ-প্রত্যঙ্গ
 যেনেদৰে মস্তিষ্ক
 মেৰুদণ্ড
 স্নায়ু
 ছাল
 নখ
 আৰু চুলি ইত্যাদি সৃষ্টি কৰে।
 
এক্টোডার্মে শ্বাস-নিশ্বাস প্রণালী আৰু
 হজমী নলীৰ বাহিৰৰ আবৰণ গঠণ কৰে
 আৰু প্রধান অঙ্গবোৰ
 যেনেদৰে কলিজা
 আৰু গঠন কৰে।
 
মেচোডার্মে হৃদয়,
 মূত্রাশয়,
 হাড়,
 কোমলাস্থি,
 মাংসপেশী,
 তেজৰ কণিকা,
 আৰু অন্য গাঁথনিবোৰ গঠন কৰে।