| ||
|
Script: ৬ সপ্তাহৰ ভিতৰত, যকৃত্ৰ ভিতৰত তেজৰ কণিকাবোৰ গঠন হবলৈ ধৰে যত এতিয়া লিম্ফোচাইটবোৰে স্থান লাভ কৰে। এনে ধৰণৰ শুভ্র ৰক্ত কণিকা অসংক্রাম্য পদ্ধতি বিকাশ হোৱাৰ এক মূল উপাদান। সাধাৰণতে ৬ সপ্তাহৰ ভিতৰতে উশাহ লওতে ব্যবহাৰ হোৱা মুখ্য মাংসপেশী, মধ্যচ্ছদাৰ গঠন হয়। | ||
| All ages referenced to fertilization, not last menstrual period. |