Script: অন্ত্রৰ এক অংশ সাময়িক ভাবে নাভী সংলগ্ন নাড়ীয়েদি বাহিৰলৈ ওলাই আহে। ফিজিওলজিক হেমিয়েশ্বন নামৰ প্রক্রিয়ায় তলপেটৰ ভিতৰত অন্য বিকাশমুখী অঙ্গসমুহৰ বাবে ঠাই উলিয়ায় দিয়ে।