অনেক গৱেষকে ডাঙৰ শব্দৰ
প্রতি উন্মোচনে ভ্রুণৰ স্বাস্থ্যৰ
 ওপৰত বিৰুপ প্রভাৱ বিস্তাৰ
কৰিব পাৰে বুলি কয়৷
 তত্ক্ষনাত পৰিণাম হল
 সুদীর্ঘ বর্দ্ধিত হৃদপিন্ড স্পন্দন
হাৰ, অত্যন্ত ভ্রুণ সম্বন্ধীয়
 গলাধঃ কৰণ আৰু আকস্মিক আচৰণ
সম্বন্ধীয় পৰিবর্ত্তন৷
 দীর্ঘকাল পৰিণাম সম্ভবনীয় শ্রবণ শক্তি হানি৷